মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

আমাৰ বিভাগসমূহ/ ক্ষেত্ৰ কাৰ্যালয় সমূহ

  • Directorate of Archives, Assam- (অভিলেখাগাৰ নিৰ্দেশালয়, অসম)- কাৰ্যালয়ৰ মুখ্য দায়িত্ব পালন কৰে সঞ্চালকে। এই কাৰ্যালয়ে সংৰক্ষণৰ দিশটো সামৰি লৈ প্ৰয়োজনীয় সকলো তথ্য পাতি ৰাজহুৱা লেখ –অভিলেখ ইত্যাদি বিজ্ঞানসন্মত উপায়েৰে সংৰশণ কৰি ইয়াৰ দায়িত্ব পালন কৰি আহিছে। এই বিভাগ হৈছে সকলো প্ৰকাৰৰ ৰাজ্যিক প্ৰশাসনীয় দিশ (সচিবালয় , বিভাগীয় মুৰব্বী, জিলা, উপকাৰ্যালয়) ৰ লেখ ৰখাৰ উদ্দেশ্যে প্ৰতিস্থিত কাৰ্যালয়। ইয়াত প্ৰয়োজন অনুসাৰে ব্যৱহাৰকাৰীয়ে তথ্য সন্ধান লাভ কৰিবৰ উদ্দেশ্যে সকলো প্ৰকাৰৰ তথ্য সংৰক্ষণ কৰি ৰখাৰ ব্যৱস্থা কৰা হয়।

    ক) লখ্য:-

    ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকললৈ তেওঁলোকে সন্ধান কৰা লেখ আৰু তথ্যসমূহ সহজতে উপলব্ধ কৰোৱাই হৈছে এই বিভাগৰ মূল উদ্দেশ্য।

    খ) সচিবালয় প্ৰশাসন বিভাগৰ দ্বাৰা হাতত লোৱা কাৰ্যকলাপ সমূহ:

    সচিবালয় প্ৰশাসন বিভাগৰ কৃত গতিবিধি সমূহ