মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

সম্পদ প্ৰৱন্ধন প্ৰণালী

কাম কৰাৰ দক্ষতাক অধিক সক্ষম কৰাৰ উদ্দেশ্যে, সচিবালয় প্ৰশাসন বিভাগৰ বাবে সম্পত্তি প্ৰৱন্ধন প্ৰণালী (Asset Management System) নামৰ এক অনলাইন সেৱাৰ প্ৰৱৰ্তন কৰা হৈছে। এই প্ৰণালীয়ে নিধিসমূহ বজাই ৰখা আৰু পুঁজীৰ ওপৰত সম্পূৰ্ণ নজৰ ৰাখে। ই চাহিদা পত্ৰক দ্ৰুত অনুমোদন আৰু বস্তুসমূহৰ সৰবৰাহত যথেষ্ট পৰিমাণে সহায় কৰে। এই প্ৰণালীয়ে পুঁজীৰ সথিক ডাটাবেছৰ যোগান ধৰে, য’ত নেকি এটা ক্লিকতে পুঁজী সম্বন্ধীয় তথ্য উপলব্ধ হয়।

Downloads
TitleSizeDetail
সম্পত্তি প্ৰৱন্ধন প্ৰণালীৰ উদ্দেশ্য আৰু বিৱৰণসমূহ244.36 KBswf-image
সম্পত্তি প্ৰৱন্ধন প্ৰণালীৰ ক্ৰিয়া প্ৰবাহ198.25 KBswf-image