মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

পৰিস্কাৰ পৰিচ্ছন্নতা সন্দৰ্ভত আপত্তি দাখিল

মূল বিষয়:

  • অসম সচিবালয়ৰ চৌহদত স্বচ্চতা আৰু স্বাস্থ্য-ৰক্ষাক অত্যন্ত গুৰুত্ব দিয়া হয়।
  • শ্ৰমিক সকলক সকলো ব্লক পৰিস্কাৰ কৰি ৰখাৰ বিশেষ দায়িত্ব প্ৰদান কৰা হয়।

অৱলোকন

অসম সচিবালয়ে এক স্বচ্ছ আৰু স্বাস্থ্যসন্মত পৰিসৰ বজাই ৰখাত অত্যন্ত গুৰুত্ব প্ৰদান কাৰে। সকলো ব্লক সম্পূৰ্ণ পৰিস্কাৰ আৰু ভালদৰে ৰখাৰ ব্যৱস্থা কৰা হৈছে। এই হেতুকে, বহুতো শ্ৰমিকক বিভিন্ন দায়িত্ব যেনে- নলা-নৰ্দমা পৰিস্কাৰ, পাইপ পৰিস্কাৰ আদি প্ৰদানেৰে সচিবালয় চৌহদ পৰিস্কাৰ ৰখাৰ চেষ্টা কৰা হৈছে।

যোগাযোগ কৰক

শ্ৰী বিপুল কুমাৰ গগৈ
প্ৰশাসক, সচিবালয় প্ৰশাসন বিভাগ,
অসম সচিবালয়, দিশপুৰ, অসম- ৭৮১০০৬
দুৰভাষ: ৯৮৫৪৫৮৬২৮৬