মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

ফাইল দৃষ্টিগোচৰ কৰিম

মূল বিষয়:

  • ই হৈছে নাগৰিকসকলৰ বাবে তথ্য সৰবৰাহকাৰী এক মঞ্চ।
  • ই ব্যৱহাৰকাৰীৰ বাবে এক অনুকুল প্ৰচেষ্টা যিয়ে নাগৰিকৰ দ্বাৰা প্ৰস্তুত আবেদন পত্ৰসমূহৰ বাস্তৱিক স্থিতি আৰু সেইসমূহৰ ওপৰত নজৰ ৰখাত সহায় প্ৰদান কৰে।

অৱলোকন:

ই-অফিচ ব্যৱস্থাৰ T.R.U.E অৰ্থাৎ (Tools to Reach Unreachable with Ease) প্ৰচেষ্টা হৈছে নাগৰিকৰ মাজত তথ্য সৰবৰাহকাৰী এক মঞ্চ।এই ব্যৱস্থাই নাগৰিকসকলে জমা দিয়া আবেদন পত্ৰ সমূহৰ বাস্তৱিক সময় স্থিতি সেই বিভাগটো ব্যক্তিগত ভাৱে দৰ্শন নকৰাকৈ নিৰীক্ষণ কৰিব পাৰে।

প্ৰক্ৰিয়া প্ৰবাহ:

পদ্ধতি ব্যৱহাৰৰ বাবে দিশা-নিৰ্দেশ:

  • বিভিন্ন ধৰণৰ মাপকাঠিৰ সহায়ত (মূল আৰু বিস্তৃত যেনে- চিঠি সংখ্যা, ই-মেইল, মবাইল নং, বিষয় আদি) নাগৰিকসকলে নিজৰ চিঠিৰ বাবে খোজ বিচাৰ কৰিব পাৰে।
  • চমু বাৰ্তাৰ যোগেদি লাভ কৰা নম্বৰৰ দ্বাৰা এই খোজ-বিচাৰ কৰিব পৰা যায়।
  • নাগৰিকসকলে তেওঁলোকৰ চিঠিৰ স্থিতি আৰু গতিবিধি লক্ষ্য ৰাখিব পাৰে।
  • চিঠিসমূহৰ স্থিতি আৰু গতিবিধি সহজতে মুদ্ৰিত ৰূপ দিব পৰা যায়।
  • তাৰোপৰি, নাগৰিকসকলে চৰকাৰৰ দ্বাৰা প্ৰকাশিত বিভিন্ন চিঠিসমূহৰ নিৰীক্ষণ কৰিব পাৰে।

সেৱাৰ প্ৰকাৰ:

এয়া এক G2C সেৱা।

যোগাযোগ কৰক:

শ্ৰী মুকুল কুমাৰ শইকীয়া যুক্ত সচিব, সচিবালয় প্ৰশাসনিক বিভাগ
দুৰভাষ: ৯৪৩৫০৮১১৪৯
ই-মেইল: mukul.saikia@gov.in