মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ সচিবালয় প্ৰশাসন

সম্পত্তি প্ৰৱন্ধন পদ্ধতি

  • মূল বিষয়:

    • সম্পত্তি প্ৰৱন্ধন পদ্ধতি হৈছে এক কম্পিউটাৰাইজড অনলাইন ব্যৱস্থা।
    • কাৰ্যদক্ষতা বৃদ্ধি কৰাই এই পদ্ধতিৰ প্ৰধান লক্ষ্য।
    • Asset management system বা সম্পত্তি প্ৰৱন্ধন পদ্ধতিৰ দ্বাৰা Stock ৰ খবৰ সঠিককৈ ৰখাটো সম্ভৱপৰ।
    • এই পদ্ধতিয়ে Stock ৰ সথিক Database পৰিচালনা কৰাত সহায় কৰে।

    অৱলোকন

    সম্পত্তি প্ৰৱন্ধন পদ্ধতি হৈছে অসম সচিবালয়ৰ প্ৰশাসনিক বিভাগৰ বাবে কাৰ্যদক্ষতা বৃদ্ধিৰ উদ্দেশ্য উত্তৰণ ঘটোৱা এটা কম্পিউটাৰাইজড অনলাইন ব্যৱস্থা। এই পদ্ধতিয়ে Store বা ভড়াঁল পৰিচালনা কৰাত সহায় কৰাৰ উপৰিও Stock ৰ হিচাপ ৰাখে। এই পদ্ধতিয়ে সামগ্ৰীৰ প্ৰয়োজনীয়তা আৰু যোগানৰ দিশত দ্ৰুত অনুমোদনৰ পথ মুকলি কৰে আৰু লগতে Stock ৰ সথিক ডাটাবেছ ৰক্ষা কৰে।

    সম্পত্তি প্ৰৱন্ধন প্ৰণালীৰ লক্ষ্য আৰু বিৱৰণসমূহ

    প্ৰক্ৰিয়া প্ৰবাহ

    সম্পত্তি প্ৰৱন্ধন পদ্ধতিৰ প্ৰক্ৰিয়া প্ৰবাহ তলত উল্লেখ কৰা ধৰণৰ:

    সম্পত্তি প্ৰৱন্ধন পদ্ধতি

    যোগাযোগ কৰক

    বিপুল সুত্ৰধাৰ
    কম্পিউটাৰ পৰিচালক,
    অসম সচিবালয় ব্লক-এ, ভূমি মহলা
    ই-মেইল:bipul.sutradhar@gov.in
    দুৰভাষ: ৯৮৬৪৬৭৫৯০৯